Adi (English) [ IPA: [IPA] ASM: আদি]
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-17
    1. Sociology(Common Noun-Common) A major tribe of Arunachal Pradesh. আদি জনগোষ্ঠীৰ লোকসকলৰ দুটা বিভাগ আছে: ব’গোম (Bogum) আৰু ব’মি (Bomi)৷ এইসকলৰ মাজতো বহুতো উপ-জনগোষ্ঠী আছে৷ আনহাতে গাল’ঙ (Gallong) আৰু অন্য সাতটা গোট লগ লাগি আদি জনগোষ্ঠীৰ আনটো অংশ গঠন হৈছে৷ এই জনগোষ্ঠীৰ লোকসকল সাধাৰণতে গণতান্ত্ৰিক প্ৰকৃতিৰ লোক আৰু তেওঁলোকৰ কেবাং (Kebang) নামৰ এখন গাওঁ পৰিষদ থাকে৷ আদি লোকসকলৰ পৰম্পৰাগত নৃত্য হৈছে প’নুঙ ৷ এই নৃত্য সমগ্ৰ অৰুণাচলতে পৰিচিত৷ তেওঁলোকৰ গাঁওসমূহ সাধাৰণতে পাহাৰৰ ওচৰত অৱস্থিত৷ পুৰুষসকলে কেইবাগৰাকী তিৰোতা বিয়া (polygyny) কৰা দেখা যায়৷ কিন্তু একেসময়তে বহু বিবাহ কৰোঁতাৰ (Polyandry) কথা জনা নাযায়৷ আদি জনগোষ্ঠীৰ মহিলাসকল নিপুণ শিপিনী আৰু তেওঁলোকে শিল্পীসুলভ বস্ত্ৰ বয়। এওঁলোকক আগেয়ে আবৰ বুলি কোৱা হৈছিল।

    Description
    English:

    adi (Mising) [ Roman: aa.di]
    Contributed by: Benjamin Kaman on 2009-07-12
    2. Geology(Material Noun-Neuter) a natural elevation of the earths surface, smaller than a mountain. পৰ্ব্বততকৈ সৰু ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা ওখ ঠাই।

    Description
    English:
    Mising:
    Meeteilon:
    Mizo (Lushai):
    Kok-Borok:
    Dimasa:
    TAI-Ahom:
    Bangla:
    Tiwa:
    TAI-Phake:

    Different POS:

    a. Proper Adj.: hillyপাহাৰীপাহাৰীয়া...

    Related Idea:

    b. Material Noun-Neuter: mountainঅগঅচলঅদ্ৰিঅৱনীধৰ...
    c. Material Noun-Neuter: hillockটিলাঢাপলিকাफिसा हाजोdi:sub...
    d. Material Noun-Neuter: hill rangechingsang napom...
    Contributed by: Himasri Das on 2022-12-01
    3. (Abstract Noun) duration for occurence of any particular event কোনো ঘটনা ঘটাৰ সময় চোৱা৷
    Contributed by: Benjamin Kaman on 2009-07-12
    4. GeologyGeography(Material Noun-Neuter) Large natural elevation of the ground that are bigger than hills পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
    Contributed by: PRASTUTI PHUKON on 2021-11-26
    5. (Abstract Noun) form of a verb indicating the time (also the continuance or completeness) of the action ক্ৰিয়াৰ সময় সূচোৱা ধাতুৰূপ
    English:
    Assamese:
    Mising:
    Khasi:
    Garo:
    Karbi:

    adi (Nagamese)
    Contributed by: Mousumi Konwar on 2023-04-26
    6. (Proper Adj.) long past; beyond the limits of memory or tradition or recorded history. বুৰঞ্জীৰ বা জনস্মৃতিৰো আগৰ কালৰ, বহু পুৰণি ৷

    adi (TAI-Turung) [ IPA: adi]
    Contributed by: Rajshree Shyam on 2024-11-26
    7. (Common Noun-Masculine) elder brother of ones father নিজৰ দেউতাকৰ ককায়েক৷