ita (Mising) [ Roman: i.ta]
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Himasri Das on 2022-10-19
1. (Verb-Trans.) To look for something কিবা বস্তু বা তথ্য বিচাৰ্
Assamese:
Khasi:
Garo:
Meeteilon:
Nepali:
Deori:
Hajong:
TAI-Khamti:
Adi Bokar:
Different POS:
a. Abstract Noun: questsearchঅন্বেষণতালাচীসন্ধান...Related Idea:
b. Verb-Intran.: turn upside downঘূৰ্মূটিয়াই ফূৰ...ita (Garo)
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Mousumi Konwar on 2023-08-11
2. (Material Noun-Neuter) Rectangular block of clay baked by the sun or in a kiln; used as a building or paving material বাকচ আকৃতিৰ পোৰা মাটিৰ টুকুৰা৷ এনে টুকুৰাৰ সহায়ত পকাৰ বেৰ গঠা হয়, ঘৰ বনোৱা হয়৷
ita (Nagamese)
Loading AI analysis...
Loading Wikipedia extract...
ita (Ao)
Loading AI analysis...
Loading Wikipedia extract...
Contributed by: Jennifer Akhtar Rohman on 2025-12-22
4. Astronomy(Material Noun-Neuter) the earth's natural satellite, orbiting the earth at a mean distance of 238,857 miles (384,393 km) and having a diameter of 2160 miles (3476 km). পৃথিৱীৰ চাৰিওফালে গড় হিচাপে ২,৩৮,৮৫৭ মাইল (৩,৮৪,৩৯৩ কিলোমিটাৰ) দূৰত্বত থাকি প্ৰদক্ষিণ কৰি থকা আৰু ২১৬০ মাইল (৩৪৭৬ কিলোমিটাৰ) ব্যাস-বিশিষ্ট পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ
English:
Assamese:
অম্বোজ অম্ভোজ অৰ্ণৱোদ্ভৱ ইন্দু উড়ুপ ঋক্ষেশ ঋক্ষৰাজ কলাধৰ কলানাথ কলানিধি কলাভৃত্ কান্তিভৃত্ কুমুদ-বান্ধৱ কুমুদনাথ কুমুদপতি কৈৰৱী কৌমুদীপতি ক্ষীৰাব্ধিজ ক্ষীৰোদ-নন্দন চদিৰ চন্দ্ৰ চন্দ্ৰক চন্দ্ৰমা চন্দ্ৰিমা চান্দ ছায়াংক জোন জোনবাই জ্যোৎস্নেশ তাৰাধিপ তাৰানাথ তাৰাপতি তাৰাপীড় দাক্ষায়ণী পতি দ্বিজপতি দ্বিজেন্দ্ৰ দ্বিজৰাজ নভসংগম নিশাকৰ নিশাপতি নিশামণি নিশাৰত্ন নিশিকান্ত নিশিনাথ পক্ষচৰ পক্ষজ পক্ষধৰ বিধু মধুকান্ত মৃগাঙ্ক যামিনীকান্ত যামিনীনাথ যামিনীপতি যামিনীপ্ৰকাশ শশধৰ শশবিন্দু শশলক্ষণ শশলাঞ্ছন শশাংক শশাঙ্ক শশী শীতকিৰণ শীতময়ুখ শীতাংশু শীতৰশ্মি সিতকৰ সিতাংশু সিতৰশ্মি সিতৰুচি সুধাংশু সুধাকৰ সুধাধাৰ সুধানিধি সুধাময় সোম হিমকিৰণ হিমকৰ হিমাংশু হৰিণাংক ৰজনীকান্ত ৰজনীকৰ ৰজনীচৰ ৰজনীনাথ ৰজনীপতি ৰজনীশ ৰজনীসখা ৰজনীৰাজ ৰাকেশ ৰাত্ৰিমণি ৰাহুল ৰেবতীৰমন
Mising:
Khasi:
Bishnupriya Manipuri:
Dimasa:
Ao:
Chakma:
TAI-Ahom:
Rabha:
Tiwa:
Deori:
Hajong:
TAI-Phake:
TAI-Turung:
Singpho:
Tutsa:
Paite:
Adi Bokar:
Sonowal Kachari:
Related Idea:
a. Abstract Noun: full moonইন্দুমতীতৈষীপূৰ্ণচন্দ্ৰপূৰ্ণমাসী...Sub Idea:
b. Material Noun-Neuter: moonsatelliteউপগ্ৰহচন্দ্ৰग्रहसा...Contributed by: Gitu Moni Kalita on 2026-01-06
5. Astronomy(Material Noun-Neuter) a heavenly body that revolves around a planet গ্ৰহৰ চাৰিওফালে প্ৰদক্ষিণ কৰা মহাজাগতিক বস্তু
