Donate
মাণ্ডলীমাত দে

মাত (Assamese) [ Roman: mat]
dfc: -টো, -ষাৰ
1. (Abstract Noun) the meaningful sound generated by human vocal organs. মানুহৰ বাক-যন্ত্ৰই সৃষ্টি কৰা অৰ্থপূৰ্ণ শব্দ।
English: voice,
Assamese: কণ্ঠ, কণ্ঠস্বৰ, মাত, স্বৰ,
Bodo: गारां, राव,
Mising: aling, gomug, gomuk,
Meeteilon: khonjel,
Karbi: aseh,
Nagamese: mat, voice,
Dimasa: khurang,
Hindi: कंठ,
Nepali: बोली,
Deori: দুমজুয়-চ্চু,
Santali: aṛaṅ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-20
2. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।

Contributed by: Swapnita Kakati on 2006-03-17
3. (Verb-Trans.) to request (spoken or written) to participate or be present or take part in something. কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।

Contributed by: Bikram M Baruah on 2009-04-21
4. (Verb-Trans.) to utter words to attract somebody's attention. কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মুখেৰে শব্দ কৰ্।

মাত (Deori) [ Roman: mat]
Contributed by: Himasri Das on 2023-02-12
5. (Abstract Noun) The sensation stimulated in the organs of hearing by vibrations in the air or other medium. বায়ু বা অন্য মাধ্যমত হোৱা কম্পনে শ্ৰৱণেন্দ্ৰিয়ত জগাই তোলা শিহৰণ বা অনুভূতি

Contributed by: Himasri Das on 2023-02-12
6. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।