মেচতেৰি মেচা হ

মেচা (Assamese) [ Roman: me.sa]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-29
1. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
English: bended, bent, crooked, curved, oblique,
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা

Antonyms:

a. Proper Adj.-Neuter: straight, অবক্ৰ, ঋজু, চিধা, ডঁৰ-কাল...

Different POS:

b. Verb-Trans.: bend, coil, convolve, twist, ককৰা...

মেচা (Rabha) [ Roman: mesa]
Contributed by: Pranati Rabha on 2021-11-11
2. (Common Noun-Feminine) An unmarried youthful female person. অবিবাহিত কম বয়সৰ মাইকী মানুহ ৷

মেচা (Deori) [ Roman: me.cha]
Contributed by: Himasri Das on 2023-04-02
3. Animal(Common Noun) A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes. পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ

Contributed by: Himasri Das on 2023-04-02
4. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।