কেঁকোসাপকেঁকোৰা-কেঁকুৰি
কেঁকোৰা (Assamese) [ Roman: ke~.ko`.ra]
fm: কেঁকুৰী
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-22
English: crab, paratephusa spinigera,
Assamese: কাকৰা bo , কাঙ্কৰা, কাঙ্কৰী, কুলিৰ, কুলিৰক, কেঁকোৰা, কৰ্কট, কৰ্কটক, পংকবাস,
Bodo: खांख्राइ,
Mising: take,
Khasi: ka tham,
Garo: ang.ke,
Meeteilon: waikhoo, waikhu,
Karbi: chehe,
Hmar: ai,
Nagamese: kekera,
Dimasa: khangkrai,
Chakma: hanghara,
Hindi: कर्कट, केकड़ा,
Rabha: খেন,
Deori: ককিৰিং
Contributed by: Biraj Kumar Kakati on 2009-01-12
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
English: bended, bent, crooked, curved, oblique,
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা
কেঁকোৰা (Assamese) [ Roman: ke~.ko`.ra]
fm: কেঁকুৰী
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-07-22
Ref: হেমকোষ (পুৰণি)
1. Animal(Common Noun-Common) a ten-footed crustacean, with the first pair of legs as pincers. পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷Assamese: কাকৰা bo , কাঙ্কৰা, কাঙ্কৰী, কুলিৰ, কুলিৰক, কেঁকোৰা, কৰ্কট, কৰ্কটক, পংকবাস,
Bodo: खांख्राइ,
Mising: take,
Khasi: ka tham,
Garo: ang.ke,
Meeteilon: waikhoo, waikhu,
Karbi: chehe,
Hmar: ai,
Nagamese: kekera,
Dimasa: khangkrai,
Chakma: hanghara,
Hindi: कर्कट, केकड़ा,
Rabha: খেন,
Deori: ককিৰিং
Contributed by: Biraj Kumar Kakati on 2009-01-12
2. (Material Noun-Neuter) heavy metallic tool to keep a boat stationary এখন নাও স্থিতিশীল অৱস্থাত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা গধূৰ ধাতৱ সঁজুলি
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-03
3. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।