বাগৰ‌্বাঘ চৰাই

বাঘ (Assamese) [ Roman: bagh]
fm: বাঘিনী, plc: -বোৰ, dfc: -টো
Contributed by: Pallav Kr. Dutta on 2006-05-15
1. Animal(Common Noun) A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes. পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ

বাঘ (Bishnupriya Manipuri) [ Roman: baagh]
Contributed by: Anjali Sonowal on 2008-09-23
2. Animal(Common Noun) A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes. পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ

বাঘ (Bangla)
fm: বাঘিনি
Contributed by: Sushanta Kar on 2011-10-04
3. Animal(Common Noun) A large carnivorous feline mammal (Panthera tigris) of Asia, having a tawny coat with transverse black stripes. পেন্থেৰা টাইগ্ৰিছ প্ৰজাতিৰ এছিয়াৰ এক বিশালকায় মেকুৰী জাতীয় মাংসাহাৰী জন্তু, যাৰ ছাল মাজে-মাজে ক’লা সাঁচ থকা মুগা বৰণৰ