ঋগ্বেদীঋজু কোণ

ঋজু (Assamese) [ Roman: ri.ju]
Contributed by: Bikram M Baruah on 2008-01-28
1. (Proper Adj.-Neuter) Requiring or exhibiting little effort or endeavor. সামান্য প্ৰচেষ্টা বা প্ৰয়াস প্ৰয়োজন হোৱা বা প্ৰদৰ্শন কৰা।

Contributed by: Biraj Kumar Kakati on 2008-01-28
Ref: আধুনিক অসমীয়া অভিধান : বৰুৱা, নেওগ, দেৱশৰ্মা
2. (Proper Adj.-Neuter) free from curves, bends, angles, or irregularities; lying along or holding to a direct or proper course or method কোনো ভাঁজ, কোণ, বেঁকা অংশ বা বিষমতা নথকা; প্ৰত্যক্ষ বা উপযুক্ত, পথ বা প্ৰক্ৰিয়া লোৱা বা ধাৰণ কৰা