Xobdo Boroxa 1.0

শব্দ বৰষা ১.০

Assamese Voice Synthesizer or TTS (Text-To-Speech) System.
এইটো এটা অসমীয়া কণ্ঠ সংশ্লেষ - ই আপোনাৰ অসমীয়া লিখনি পঢ়ি শুনাব পাৰে

Please enter an Assamese text in Unicode and click the 'Generate!' button.
অনুগ্ৰহ কৰি ইউনিক'ডত এটা অসমীয়া বাক্য লিখি 'Generate!' বুটাম টিপক৷


Contribute

Instructions for users:
1. Please use punctuations marks wherever required. Allowed punctuation marks are , (comma) ৷ (or full stop) and ? (question mark)
2. Please write everything in words. For example: “মোৰ জন্মদিন ১১ জানুৱাৰী ২০০২.” this sentence should be “মোৰ জন্মদিন এঘাৰ জানুৱাৰী দুই হাজাৰ দুই.” In the next version, we will include the text normalisation module to handle this.
3. If you want to spell the synthesizer a abbreviation, please write in words. For example: “মই MBA কৰি আছোঁ.” this sentence should be typed as “মই এম বি এ কৰি আছোঁ.” (Note: there should be space between the letters).


Credits:
Sound Engineering, Logistics and Coordination: Mr. Bikram M Baruah & Mr. Abinash Hatikakati.
Voice Artist: Mrs. Barsha Bandita
Speech Synthesizer Development: Assam AI Initiative (AAII - আই) team
Computer Engineeer: Mr. Pallav Saikia.
Heartfelt thanks to Dr. Deepak KT, Assistant Professor, IIIT Dharwad for supporting us with computing resources.
স্বীকৃতি:
শব্দ অভিযান্ত্ৰিক,ব্যৱস্থাপনা আৰু সমন্বয়: শ্ৰী বিক্ৰম ম বৰুৱা আৰু শ্ৰী অবিনাশ হাতিকাকতি।
কণ্ঠশিল্পী: শ্ৰীমতী বৰ্ষা বন্দিতা
কণ্ঠ সংশ্লেষক বিকাশ: অসম কৃত্ৰিম বুদ্ধিমত্তা উদ্যোক্তা গোট
কম্পিউটাৰ অভিযন্তা: শ্ৰী পল্লৱ শইকীয়া।
কম্পিউটিং সম্পদেৰে আমাক সহায় কৰাৰ বাবে আই. আই. আই. টি. ধৰৱাদৰ সহকাৰী অধ্যাপক ড° দীপক কে টিলৈ আন্তৰিক ধন্যবাদ৷