এডৰাএঢোলোকা

এঢলীয়া (Assamese) [ Roman: e.dho.li.ya]
Contributed by: ৰূপকমল on 2007-07-06
1. (Proper Adj.-Neuter) Having an oblique or slanted direction; something inclined to one direction. এফাললৈ হাউলি থকা |

Contributed by: Biraj Kumar Kakati on 2010-09-19
2. (Proper Adj.-Neuter) diverging from a given straight line or course. নিৰ্দ্দিষ্ট সৰল ৰেখা বা পথৰ পৰা আঁতৰি যোৱা।
English: bended, bent, crooked, curved, oblique,
Assamese: আঁকোৰা, এঢলীয়া, কতীয়া, কাইতা bo , কিলাকুটীয়া, কেঁকুৰি, কেঁকোৰা, কেৰাহি, কেৰেচা, কেৰেচীয়া, কেৰেপা-কেৰেপি, কোঁটা, ঘুকুচা, ঘোৰ খোৱা, টেৰা, টেৰেচীয়া, তীৰ্যক, তীৰ্য্যক, তেৰেচীয়া, তেৰেছা, ধেনুভিৰীয়া, ধেনুভেৰীয়া, নুব্জ্য, বংকিম, বক্ৰ, বক্ৰাকাৰ, বঙ্কিম, বেঁকা, বেঁকাবেঁকি, বেঁকোৰা, বেংকা bo , বেকেটা, ভাঁজ লগা, ভেঙুৰা, ভেঙ্গুৰা, ভেমেচা, মেচা, হঁকয়া, হেঁকেচা, হেঁকেৰা, হেতামেচা, হৈয়া,
Bodo: खेंख्रा, गंनाइ, देमनाइ,
Mising: ge:ne,
Khasi: ka jingmon,
Bishnupriya Manipuri: বেকা,
Karbi: kekek,
Nagamese: beka, tera,
Dimasa: daira, gugui, guire, karti,
Tai: বা লুম্,
Bangla: তেড়া, বঙ্কিম, বাঁকা,
Deori: কেকুৰা, কৰগাৰুবা, দাগুৰা, পাক-কুন, মেচা

Antonyms:

a. Proper Adj.-Neuter: straight, অবক্ৰ, ঋজু, চিধা, ডঁৰ-কাল...

Different POS:

b. Verb-Trans.: bend, coil, convolve, twist, ককৰা...