ককৰ-মকৰচ্চাককৰ্তনীয়া

ককৰা (Assamese) [ Roman: ko.ko.ra]
Contributed by: Yugasmita Medhi on 2022-10-14
1. (Verb-Trans.) to roll or wind together একেলগ কৰি পাক দে

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-08-04
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Material Noun-Neuter) a pole for keeping the treadles of a loom in position. তাঁতশালত গৰকা ধৰি ৰাখিবৰ বাবে ব্যৱহাৰ কৰা দুফেৰেঙনীয়া বাঁহৰ খুঁটি ।