variousvarnished
varnish (English) [ IPA: ˈvɑrnɪʃ ASM: বাৰ্নিচ]
1. (Abstract Noun) the act of fooling others by using dishonest method
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য

2. (Material Noun-Neuter) Light to dark brown protective layer on wooden furniture.
কাঠৰ আচবাবৰ ওপৰত প্ৰয়োগ কৰা পাতল বা ঘন মুগা বৰণৰ প্ৰলেপ
English: varnish,
Assamese: বাৰ্ণিছ,

Related Ideas:

a. Material Noun-Neuter: dammar gum, দাম্মাৰ বাৰ্ণিছ

Ref: চন্দ্ৰকান্ত অভিধান
3. (Verb-Trans.) to cover with a coating (of lac) to give a glossy appearance
ওপৰত লা লগাই চকচকীয়া কৰ্ বা হেঙুল-হাইতালেৰে বোলাই দে
English: varnish,
Assamese: বনকা,