deceitdeceive
deceitful (English) [ IPA: deceitful ASM: ডিচিটফুল]
Contributed by: Rupankar Mahanta on 2007-01-03
English: cunning, deceitful, vulpine,
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Bodo: सालाखि, सैथानि,
Mising: arne,
Garo: denggu,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা
Contributed by: Biraj Kumar Kakati on 2007-01-03
English: ambidextrous, deceitful, double-faced, double-tongued, duplicitous, Janus-faced, two-faced,
Assamese: ইতালি-সিতালি, চেনাৰী, দুআষৰীয়া, দুতলীয়া, দুমুখীয়া, দোভাচলীয়া, দোমাদলীয়া, লৌৱা-লপা
deceitful (English) [ IPA: deceitful ASM: ডিচিটফুল]
Contributed by: Rupankar Mahanta on 2007-01-03
1. (Proper Adj.-Common) one who befools others by using dishonest trick. আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Bodo: सालाखि, सैथानि,
Mising: arne,
Garo: denggu,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা
Related Idea:
a. Abstract Noun: deceit, deception, fraud, hypocricy, trickery...Contributed by: Biraj Kumar Kakati on 2007-01-03
2. (Proper Adj.) Marked by deliberate deceptiveness especially by pretending one set of feelings and acting under the influence of another. এজনক এক কথা আৰু আন জনক বিপৰীত কথা কোৱা, এক সময়ত এক আৰু আন সময়ত আন কথা কোৱা ।
Assamese: ইতালি-সিতালি, চেনাৰী, দুআষৰীয়া, দুতলীয়া, দুমুখীয়া, দোভাচলীয়া, দোমাদলীয়া, লৌৱা-লপা