vulnerablevulture
vulpine (English) [ IPA: ˈvəlˌpaɪn ASM: ভলপাইন]
English: cunning, deceitful, vulpine,
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Mising: arne,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা,
1. (Proper Adj.-Common) one who befools others by using dishonest trick.
আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।