hlemhlîm
hlemna (Hmar)
English: deceit, deception, fraud, trickery, varnish,
Assamese: কপটতা, কপটালি, কপট্, কূটকৰ্ম, কূটিলতা, চহলা, চালনা, চোক, ছল, ছল-চাতুৰী, ছলন, ছলহা, জুৱাচুৰি, টাং-টালী, টাংটিঙ্গালি, টাবুৰি-ভাবুৰি, টালি-বাজি, ঠগন, ঠগবাজি, ঠগামী, ঢাকলি, তঞ্চকি, দলভ, দুৰ্জন, ধূৰ্ত্তালি, প্ৰতাৰ, প্ৰতাৰণা, প্ৰবঞ্চনা, ফাঁকি, ফাঁকি-ফুকা, ফাং, ফাং-বাজী, ফাকতি-ফুকুতা, বঞ্চ, বঞ্চনা, বাগি-বুগা, বিড়ম্বন, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লেংমৰা, শঠ,
Bodo: थगायनाय, थागाय थसि, फाखि, फोलानाय, भुवा होनाय,
Hmar: hlemna,
Dimasa: tokimah,
Hindi: कपट,
Deori: তালি-বাজি-নমা, পকি-লাদুবা, পাকিদাৰ,
b. Proper Adj.-Common: cunning, deceitful, vulpine, কুটবুদ্ধি, খলুৱা
1. (Abstract Noun) the act of fooling others by using dishonest method
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
অসৎ উপায়েৰে কাৰোবাক আভুৱা ভৰা কাৰ্য্য
Assamese: কপটতা, কপটালি, কপট্, কূটকৰ্ম, কূটিলতা, চহলা, চালনা, চোক, ছল, ছল-চাতুৰী, ছলন, ছলহা, জুৱাচুৰি, টাং-টালী, টাংটিঙ্গালি, টাবুৰি-ভাবুৰি, টালি-বাজি, ঠগন, ঠগবাজি, ঠগামী, ঢাকলি, তঞ্চকি, দলভ, দুৰ্জন, ধূৰ্ত্তালি, প্ৰতাৰ, প্ৰতাৰণা, প্ৰবঞ্চনা, ফাঁকি, ফাঁকি-ফুকা, ফাং, ফাং-বাজী, ফাকতি-ফুকুতা, বঞ্চ, বঞ্চনা, বাগি-বুগা, বিড়ম্বন, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লেংমৰা, শঠ,
Bodo: थगायनाय, थागाय थसि, फाखि, फोलानाय, भुवा होनाय,
Hmar: hlemna,
Dimasa: tokimah,
Hindi: कपट,
Deori: তালি-বাজি-নমা, পকি-লাদুবা, পাকিদাৰ,
Related Ideas:
a. Verb-Trans.: cheat, deceive, dupe, hoodwink, trickb. Proper Adj.-Common: cunning, deceitful, vulpine, কুটবুদ্ধি, খলুৱা