Donate
ধৰোতেইধৰ্ণা

ধৰ্ (Assamese) [ Roman: dhor]
1. (Verb-Intran.) Take hold of so as to seize or restrain or stop the motion of. গতিৰোধ কৰ্ অথবা আয়ত্বলৈ আন ৷
English: catch,
Assamese: ধৰ্,
Bodo: हम,
Mising: edgap,
Khasi: kem,
Mizo (Lushai): man,
Karbi: kenep, nep,
Dimasa: rem,
Tiwa: rom,
TAI-Khamti: seow

Contributed by: Bikram M Baruah on 2009-04-26
2. (Verb-Trans.) To hold something string with one's hand. হাতেৰে কোনো বস্তু নিজৰ নিয়ন্ত্ৰণলৈ আন্।

Contributed by: Bhadra Brahma on 2025-05-07
3. Legal(Verb-Trans.) to take into custody for violation of law and order আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-29
4. (Verb-Trans.) to have or make room for ধাৰণ কৰিবলৈ বা ভৰিবলৈ ঠাই দিয়া

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-14
Ref: চন্দ্ৰকান্ত অভিধান
5. (Verb-Trans.) to affect temporarily with diminished physical and mental control by means of alcoholic liquor, a drug, or another substance ৰাগীয়াল দ্ৰৱ্য, যেনেঃ সুৰা, ভাং বা তেনে আন কোনো বস্তু (আনকি তামোল আদিও) খোৱাৰ ফলত গাত ৰাগি লাগ্ বা মূৰ আচন্দ্ৰাই কৰ্

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-20
Ref: চন্দ্ৰকান্ত অভিধান
6. (Verb-Intran.) to have or give pain due to the effect of some drugs or other substances কোনো দৰৱ বা অন্য বস্তুৰ বাবে বিষ অনুভৱ কৰ্, যেনেঃ ফলটো বৰ টেঙা, দাঁতত ধৰিছে অথবা দৰৱটোৱে কটা ঘাত বৰকৈ ধৰে ইত্যাদি
Assamese: ধৰ্