appreciativeapprehended
apprehend (English) [ IPA: ˌæprɪˈhend ASM: এপ্ৰিহেণ্ড]
English: apprehend, haprang mai, realise, realize, understand,
Assamese: উপলব্ধি কৰ্, টং কৰ্, ধৰিব পাৰ্, বুজ, বুজি পা, বোধগম্য কৰ্, মোৰ ধৰ্, মোৰ পা, হৃদয়ঙ্গম কৰ্,
Bodo: बुजिनाय, बुजिमोन, लानाय,
Karbi: buji, Karjuthek, munthithek,
Nagamese: buz, man-palton,
Dimasa: buji, haprang mai, kmao hap,
Nepali: बुझ्नुहोस्,
Deori: নিজি, বুজি
English: apprehend, arrest, detain,
Assamese: আটক কৰ্, কৰায়ত্ত কৰ্, গ্ৰেপ্তাৰ কৰ্, গ্ৰেপ্তাৰ কৰ্, ধৰি ৰাখ্, ধৰ্, ৰোধ কৰ্,
Bodo: खा, हम, हमथानानै लाखि,
Khasi: kem,
Garo: champenga, dondikata,
Hmar: man,
Nepali: गिरफ्तार,
Deori: চ্চিদাঁ, নিহা
apprehend (English) [ IPA: ˌæprɪˈhend ASM: এপ্ৰিহেণ্ড]
1. (Verb-Intran.) to grasp the significance, implications, or importance of গুৰুত্ব, প্ৰভাৱ বা মূল্য অনুভৱ বা আয়ত্ব কৰ্
Assamese: উপলব্ধি কৰ্, টং কৰ্, ধৰিব পাৰ্, বুজ, বুজি পা, বোধগম্য কৰ্, মোৰ ধৰ্, মোৰ পা, হৃদয়ঙ্গম কৰ্,
Bodo: बुजिनाय, बुजिमोन, लानाय,
Karbi: buji, Karjuthek, munthithek,
Nagamese: buz, man-palton,
Dimasa: buji, haprang mai, kmao hap,
Nepali: बुझ्नुहोस्,
Deori: নিজি, বুজি
Different POS:
a. Verbal Adj.: conceived, realised, প্ৰতীয়মান, মনত লগা, মনত সোমোৱা...
2. Legal(Verb-Trans.) to take into custody for violation of law and order আইন-শৃঙ্খলা উলঙ্ঘা কৰাৰ বাবে আৱদ্ধ কৰি ৰাখ্
Assamese: আটক কৰ্, কৰায়ত্ত কৰ্, গ্ৰেপ্তাৰ কৰ্, গ্ৰেপ্তাৰ কৰ্, ধৰি ৰাখ্, ধৰ্, ৰোধ কৰ্,
Bodo: खा, हम, हमथानानै लाखि,
Khasi: kem,
Garo: champenga, dondikata,
Hmar: man,
Nepali: गिरफ्तार,
Deori: চ্চিদাঁ, নিহা