Donate
তন্তিতন্তুক

তন্তু (Assamese) [ Roman: ton.tu]
Contributed by: Mousumi Konwar on 2023-02-18
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Common Noun-Common) A person between birth and puberty জন্ম আৰু যৌন ক্ষমতা লাভৰ মাজৰ বয়সৰ লোক

Contributed by: ৰূপকমল on 2007-03-07
2. (Material Noun-Neuter) A fine cord made from cotton or similar materials. কপাহ বা তেনে বস্তুৰে তৈয়াৰী অতি মিহি জৰী।

hon
English: thread, yarn,
Assamese: গুণা, গুলী-সূতা, তন্তু, পিলঞ্জী, বটিয়া, সূতা,
Bodo: खुन्दुं,
Mising: asor, onno,
Khasi: ksai, u ksai, u ksai khir,
Garo: bisring, kil, kilding,
Meeteilon: lng,
Karbi: hon, honjeng,
Nagamese: guna, suta,
Dimasa: khun,
Nepali: धागो,
Tiwa: sut,
Deori: দিগিং,
Hajong: ছুতৗ,
TAI-Phake: mai,
TAI-Khamti: mai,
Tutsa: ruh

Contributed by: Rupankar Mahanta on 2007-03-07
3. Biology(Abstract Noun-Neuter) Filament forming tissue পেশী তৈয়াৰ হোৱা সুক্ষ্ম কলাসমূহ৷
English: fibre,
Assamese: তন্তু,
Khasi: u ksai

Contributed by: Mousumi Konwar on 2023-02-18
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
4. Fish(Common Noun-Common) Sharks are a group of fish characterized by a cartilaginous skeleton, five to seven gill slits on the sides of the head, and pectoral fins that are not fused to the head. হাংগৰ হ’ল সাগৰৰ প্ৰাণী৷ হাংগৰবোৰ অতি ভয়ানক আৰু সেইবাবে সিহঁতক দানৱ আখ্যাও দিয়া হয়৷ হাংগৰ থাকে সাগৰ-মহাসাগৰত৷ সাগৰত ২৫০ বিধমান হাংগৰ পোৱা যায়৷ সিঁহতৰ আকাৰ আৰু ৰং বেলেগ বেলেগ৷ আটাইতকৈ ডাঙৰ আকাৰৰ হাংগৰবোৰ ১৬ মিটাৰমান ডাঙৰ আৰু ১২০০ কিল’গ্ৰাম মানলৈকে ওজন হয়৷ আটাইতকৈ সৰু হাংগৰবিধ মাত্ৰ ৩০ চেণ্টিমিটাৰ দীঘল৷