স্বপ্ন (Assamese) [ Roman: swop.no]
1. (Abstract Noun) A series of images, sounds and feelings occurring in the mind during sleep, accompanied with rapid eye movement. Dreams typically last in the range of 5 to 45 minutes. The contents and biological purposes of dreams are not fully understood, though they have been a topic of speculation and interest throughout recorded history. The scientific study of dreams is known as oneirology. আমাৰ নিদ্ৰা অৱস্থাত অৱচেতন মনলৈ অহা কিছুমান প্ৰতিচ্ছবি, শব্দ বা অনুভৱ৷ সাধাৰণতে সপোন একোটা ৫ মিনিটৰ পৰা ৪৫ মিনিটলৈকে আমাৰ মনত থাকিব পাৰে৷ সততে আমাৰ মনৰ মাজৰ অপূৰ্ণ আকাঙ্খা আৰু কল্পনাবোৰেই সপোনৰ ৰূপত আমাৰ মনত ভাহি উঠে৷ কোনো জৈবিক পৰিঘটনাৰ ফলত সপোনৰ সৃষ্টি হোৱাৰ ৰহস্য উদঘাটন কৰিব নোৱাৰি যদিও কোনো ঐতিহাসিক ঘ্টনাৰ পৰা ইয়াৰ সৃষ্টি হোৱাৰ কথা ভাবিব পাৰি৷
English:
Bodo:
Mising:
Khasi:
Garo:
Meeteilon:
Karbi:
Kok-Borok:
Rabha:
TAI-Turung:
Singpho:
Antonyms:
a. Abstract Noun: nightmareদুঃস্বপ্নगिहोनाय सिमांmangsinamang langno...Different POS:
b. Verb-Intran.: dreamসপোন দেখ্सिमांphohsniewheman...
2. (Abstract Noun) a longing or craving, as for something that brings satisfaction or enjoyment কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ