সোধ্সোনকালে

সোনকাল (Assamese) [ Roman: xo'n.kal]
1. (Proper Adj.) sth done or carried out in short time or immediately; acting, moving in high speed. কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-17
2. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷

Contributed by: Bikram M Baruah on 2006-03-17
3. (Adverb) Before the due, usual or expected time (occured in the past or future). উপযুক্ত, স্বাভাৱিক বা আশা কৰা সময়তকৈ আগেয়ে (অতীত বা ভৱিষ্যতত হোৱা)।