খপ্জপকৈখপৰা
খপৰ-জপৰ (Assamese) [ Roman: kho.por-jo.por]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
English: haste, hurry, rush,
Assamese: অবিলম্ব, আটাইটাই, আতুৰ্ bo , উকচকচ্, উকুচ্-কুচ্, উথপথপ, উলহ-মালহ, উড়বুৰ, উৰুক-মুৰুকold , ক্ষিপ্ৰতা, খদম্দম, খদৌমদৌ, খপৰ-জপৰ, খৰখেদা, খৰধৰ, খৰপোচ, ততাতৈয়া, ততাভুকুতা, দুটাই-টাই, বেগাবেগি, লৰ-ধৰ, লৰালৰি, সোনকাল, হুঁটাই-টাই, হুৰ-মুৰ, হুৰা-মূৰা, হেতা-ওপৰা,
Bodo: खारलां,
Khasi: ka jingstet,
Garo: bakbak daka,
Karbi: ketong,
Hmar: inhmaw,
Dimasa: gebreh,
Deori: উৱা-দুৱা, কুবা-কুবি নমা, কৰ-দৰ-নমা, জগু-জগাবা, ল-দৰা নমা
খপৰ-জপৰ (Assamese) [ Roman: kho.por-jo.por]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷