quick-wittedquickness

quickly (English) [ IPA: ˈkwikˌli ASM: কুৱিক্‌লি]
adj: quick
1. (Adverb) (a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed. অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
English: hastily, quickly, rapidly, speedily, swiftly,
Assamese: কোবাকুবিকৈ, কোবেৰে, ক্ষিপ্ৰতাৰে, ক্ষিপ্ৰবেগে, ক্ষিপ্ৰভাৱে, খপ কৰে, খপ্‌জপকৈ, খপৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, ঘপহ কৰে, চোঁত কৰে, চোঁতকৈ, জাণ্টে, ঝাণ্টে, টপাটপ, টপৰাই, ততাতৈয়াকৈ, ততাভুকুতাকৈ, তাৎক্ষণিকভাৱে, তৌ তৌ কৰে, ত্বৰিতে, তৎকালতে, তৎকালীনভাৱে, তৎকালে, তৰাতাৰি, থিয়ৈ-থিয়ৈ, দৌৰা-দৌৰিকৈ, দ্ৰুতবেগে, দ্ৰুতভাৱে, দৰদৰি, পটকৈ, পটাপট, পট্ পট্ কৰে, পলকতে, বায়ুবেগে, বেগতে, বেগাই, বেগাবেগিকৈ, বেগেতাই, বেগেৰে, লৌ-লৌ কৰে, লৰা-ঢপৰাকৈ, লৰালৰিকৈ, লৰি-ঢাপৰি, সতকাই, সত্বৰে, সাউত কৰে, সাউতকৈ, সোঁ-সোঁ কৰে, সোঁ-সোঁৱাই, সোনকালে, হিল-দ’ল ভাঙি, হুৰমুৰকৈ, হুৰমুৰাই, হুৰমূৰকৈ,
Bodo: गोख्रै, गोख्रैयै, गोबारै, हाखु दाखुयै,
Mising: didempe,
Garo: niksrapgijan,
Nagamese: begai, zoldi,
Dimasa: gebre gebre, gebrehi, prahi,
Nepali: द्रुत, फटाफट,
Deori: কুবহৰে, গুপ-গুপাংনা, গুম-গুমচ্চা, জগু-জগা, বুঁ-বুঁচ্চা, বেগচ্চা, লগহৰে

Different POS:

a. Abstract Noun: expedition, haste, quickness, speed, গতি...
b. Proper Adj.: fast, nimble, quick, quickly, rapid...

Related Idea:

c. Adverb: forthwith, immediately, instantly, jiffy, soon...

Contributed by: Aleendra Brahma on 2014-08-27
2. (Proper Adj.) sth done or carried out in short time or immediately; acting, moving in high speed. কম সময়তে বা মুহূৰ্ত্ততে কৰা; অতি বেগাই কৰা, চলা।