খৰধৰকৈখৰবাগৰ

খৰপোচ (Assamese) [ Roman: khor.po`s]
Contributed by: Biraj Kumar Kakati on 2008-08-16
1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷

Contributed by: Mousumi Konwar on 2023-02-03
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Material Noun-Neuter) Money payable by the husband to his legally divorced wife আইনীভাৱে পৰিত্যাগ কৰা পত্নীক পতিয়ে দিবলগা ধন