hurricanehurst
hurry (English) [ IPA: ˈhəriː ASM: হাৰি]
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-08
English: haste, hurry, rush,
Assamese: অবিলম্ব, আটাইটাই, আতুৰ্ bo , উকচকচ্, উকুচ্-কুচ্, উথপথপ, উলহ-মালহ, উড়বুৰ, উৰুক-মুৰুকold , ক্ষিপ্ৰতা, খদম্দম, খদৌমদৌ, খপৰ-জপৰ, খৰখেদা, খৰধৰ, খৰপোচ, ততাতৈয়া, ততাভুকুতা, দুটাই-টাই, বেগাবেগি, লৰ-ধৰ, লৰালৰি, সোনকাল, হুঁটাই-টাই, হুৰ-মুৰ, হুৰা-মূৰা, হেতা-ওপৰা,
Bodo: खारलां,
Khasi: ka jingstet,
Garo: bakbak daka,
Karbi: chingkhan, ketong,
Hmar: inhmaw,
Dimasa: gebreh,
Deori: উৱা-দুৱা, কুবা-কুবি নমা, কৰ-দৰ-নমা, জগু-জগাবা, ল-দৰা নমা
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-08
English: bustle, expedite, festinate, hasten, hurry,
Assamese: খদমদম কৰ্, খদৌমদৌ লাগ্, খৰ কৰ্, খৰখেদা কৰ্, বেগ দে,
Bodo: गोसा, हाखुदाखु, हाथाब,
Khasi: bun kam, pynkloi,
Garo: bakabakata, dakningata,
Karbi: paprap,
Dimasa: kiri,
Deori: ল-দৰা ন
hurry (English) [ IPA: ˈhəriː ASM: হাৰি]
Contributed by: Dr (Mrs) Krishna Barua on 2006-09-08
1. (Abstract Noun) urgent need of quick action; কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
Assamese: অবিলম্ব, আটাইটাই, আতুৰ্ bo , উকচকচ্, উকুচ্-কুচ্, উথপথপ, উলহ-মালহ, উড়বুৰ, উৰুক-মুৰুকold , ক্ষিপ্ৰতা, খদম্দম, খদৌমদৌ, খপৰ-জপৰ, খৰখেদা, খৰধৰ, খৰপোচ, ততাতৈয়া, ততাভুকুতা, দুটাই-টাই, বেগাবেগি, লৰ-ধৰ, লৰালৰি, সোনকাল, হুঁটাই-টাই, হুৰ-মুৰ, হুৰা-মূৰা, হেতা-ওপৰা,
Bodo: खारलां,
Khasi: ka jingstet,
Garo: bakbak daka,
Karbi: chingkhan, ketong,
Hmar: inhmaw,
Dimasa: gebreh,
Deori: উৱা-দুৱা, কুবা-কুবি নমা, কৰ-দৰ-নমা, জগু-জগাবা, ল-দৰা নমা
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-09-08
2. (Verb-Intran.) to speed up the rate of doing something কিবা কাম খৰকৈ কৰিবলৈ লোৱা
Assamese: খদমদম কৰ্, খদৌমদৌ লাগ্, খৰ কৰ্, খৰখেদা কৰ্, বেগ দে,
Bodo: गोसा, हाखुदाखु, हाथाब,
Khasi: bun kam, pynkloi,
Garo: bakabakata, dakningata,
Karbi: paprap,
Dimasa: kiri,
Deori: ল-দৰা ন