ৰোমহৰ্ষকৰোমাঞ্চক

ৰোমাঞ্চ (Assamese) [ Roman: ro'.mans]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-09
1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি

2. (Abstract Noun) a wave of positive feeling while expecting or waiting something interesting to happen or on receiving some good news. কোনো শুভ সংবাদ পাই বা মনোৰঞ্জক কিবা এটা ঘটা বা হোৱাৰ বাবে আশা বা অপেক্ষা কৰি থকা অৱস্থাত উৎপন্ন হোৱা ধনাত্মক অনুভূতিৰ ঢৌ।