বহনশীলতাবহনি

বহনা (Assamese) [ Roman: bo.ho.na]
Contributed by: Rubul Mout (ৰুবুল মাউত) on 2007-05-11
1. (Abstract Noun) A deep, tender, ineffable feeling of affection and solicitude toward a person কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-27
2. (Common Noun-Neuter) the part on the back of the elephant where the driver (mahut) sits হাতীৰ পিঠিত মাউত বহা ঠাই
Assamese: বহনা