লোমশলোমহৰ্ষক

লোমহৰ্ষ (Assamese) [ Roman: lo`m.hor.xo]
alt: ৰোমহৰ্ষ
Contributed by: Biraj Kumar Kakati on 2010-11-16
1. (Abstract Noun) a wave of positive feeling while expecting or waiting something interesting to happen or on receiving some good news. কোনো শুভ সংবাদ পাই বা মনোৰঞ্জক কিবা এটা ঘটা বা হোৱাৰ বাবে আশা বা অপেক্ষা কৰি থকা অৱস্থাত উৎপন্ন হোৱা ধনাত্মক অনুভূতিৰ ঢৌ।