লাচ্চিগা-জিৰুবালাচ্চিগাৰুবা

লাচ্চিগাবা (Deori) [ Roman: la.chhi.ga.ba]
Contributed by: Himasri Das on 2023-04-04
1. (Abstract Noun) an act that is against the law. আইনৰ প্ৰতিকূলে যোৱা বা আইন-বিৰুদ্ধ কাম।

Contributed by: Himasri Das on 2023-04-04
2. (Abstract Noun) the state of being insensitive or unreasonable due to anger, excitement or mental illness. অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।

Contributed by: Himasri Das on 2023-04-04
3. (Abstract Noun) a wave of positive feeling while expecting or waiting something interesting to happen or on receiving some good news. কোনো শুভ সংবাদ পাই বা মনোৰঞ্জক কিবা এটা ঘটা বা হোৱাৰ বাবে আশা বা অপেক্ষা কৰি থকা অৱস্থাত উৎপন্ন হোৱা ধনাত্মক অনুভূতিৰ ঢৌ।