ৰোমহৰ্ষৰোমাঞ্চ

ৰোমহৰ্ষক (Assamese) [ Roman: ro`.mo.hor.xok]
1. (Proper Adj.-Common) able to cause fear or dread or terror ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা

Contributed by: Biraj Kumar Kakati on 2006-03-29
2. (Proper Adj.) Cause (someone's) hair to stand on end and to have goosebumps. কোনো আচৰিত কথাৰ দ্বাৰা বা আন কোনো কাৰণে গাৰ নোম শিয়ৰি উঠা |