অপকাৰ্য্যঅপকীৰ্ত্তি

অপকীৰ্তি (Assamese) [ Roman: o.po.kir.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-03-24
2. (Abstract Noun) extremely bad reputation, public reproach, or strong condemnation as the result of a shameful, criminal, or outrageous act. লজ্জাজনক, অপৰাধমূলক বা হিংসামূলক কাৰ্য্যকলাপৰ পৰিণতিত হোৱা অতি বেয়া খ্যাতি, জনৰোষ বা তীব্ৰ নিন্দা।