অনুপাতঅনুপান

অনুপাতক (Assamese) [ Roman: o.nu.pa.tok]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-05-16
1. (Abstract Noun) a sin or crime of the highest order. ঘোৰ পাপ; শাস্ত্ৰমতে অধিক প্ৰায়শ্চিত্ত হ’ব লগা পাপ; স্মৱতিশাস্ত্ৰমতে-ব্ৰহ্ম-বধ, বামুণৰ সোণ চুৰ কৰা, মদ খোৱা, গুৰুপত্নী হৰণ, আৰু এনে পাপীৰ সংসৰ্গ৷
English: Deadly Sin,
Assamese: অনুপাতক, মহাপাতক, মহাপাপ

Lower Magnitude:

a. Abstract Noun: delinquency, misdeed, sin, vice, অকাজ...