দোভাগৰাতিদোভাছী
দোভাচলীয়া (Assamese) [ Roman: do`.bha.so.li.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
English: ambidextrous, deceitful, double-faced, double-tongued, duplicitous, Janus-faced, two-faced,
Assamese: ইতালি-সিতালি, চেনাৰী, দুআষৰীয়া, দুতলীয়া, দুমুখীয়া, দোভাচলীয়া, দোমাদলীয়া, লৌৱা-লপা
দোভাচলীয়া (Assamese) [ Roman: do`.bha.so.li.ya]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-02
1. (Proper Adj.) Marked by deliberate deceptiveness especially by pretending one set of feelings and acting under the influence of another. এজনক এক কথা আৰু আন জনক বিপৰীত কথা কোৱা, এক সময়ত এক আৰু আন সময়ত আন কথা কোৱা ।
Assamese: ইতালি-সিতালি, চেনাৰী, দুআষৰীয়া, দুতলীয়া, দুমুখীয়া, দোভাচলীয়া, দোমাদলীয়া, লৌৱা-লপা