ফন্দিয়াফন্দিয়াৰ্
ফন্দিয়াৰ (Assamese) [ Roman: phon.di.yar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
English: cunning, deceitful, vulpine,
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Bodo: सालाखि, सैथानि,
Mising: arne,
Garo: denggu,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা
ফন্দিয়াৰ (Assamese) [ Roman: phon.di.yar]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
1. (Proper Adj.-Common) one who befools others by using dishonest trick. আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।