ৰণ (Assamese) [ Roman: ron Origin: সং. (হেম১৩)]
    Loading AI analysis...
    Loading Wikipedia extract...
    1. (Abstract Noun) A confrontation between opposing groups in which each attempts to harm or gain power over the other, as with bodily force or weapons. দুই বিৰোধী দলৰ মাজৰ বিবাদ, য’ত এটাই আনটোক অস্ত্ৰ বা শাৰীৰিক শক্তিৰে অপকাৰ কৰিবলৈ বা বশীভূত কৰিবলৈ চেষ্টা কৰে ৷
    2. (Abstract Noun) an armed conflict between nations or states. দেশ বা ৰাষ্ট্ৰৰ মাজত হোৱা সশস্ত্ৰ বিবাদ