কৰ্ফূলকৰ্বূৰ
কৰ্বুৰ (Assamese) [ Roman: kor.bur]
Contributed by: Biraj Kumar Kakati on 2008-03-31
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
English: delinquency, misdeed, sin, vice,
Assamese: অকাজ, অকাৰ্য, অকৰ্ম, অঘ, অধৰ্ম, অধৰ্ম্ম, অপকীৰ্তি, অপক্ৰিয়া, অপকৰ্ম, অপণ্য, অসত্ কৰ্ম, কদাচাৰ, কলিমল, কলুষ, কল্ক, কল্মষ্, কশ্মল, কিণ্ব, কুকাৰ্য্য, কুকীৰ্তি, কুক্ৰিয়া, কুকৰ্ম, কৰ্বুৰ, গুনাহ, গোনাই, দলভ, দুশ্চেষ্টা, দুষ্কাৰ্য্য, দুষ্কৃতি, দুষ্ক্ৰিয়া, দুষ্কৰ্ম, দুৰ্গুণ, পাতক, পাপ, পাপকৰ্ম্ম, পাপাচাৰ, পাপাচৰণ, প্ৰত্যবায়, বেয়া কাম,
Bodo: इनाय खालामनाय,
Mising: imur,
Meeteilon: akaiba, hounadaba leechat,
Hmar: suol,
Nagamese: pap,
Deori: চাই, পাপ
b. Proper Adj.-Common &/or Masculine: sinful, অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত...
কৰ্বুৰ (Assamese) [ Roman: kor.bur]
Contributed by: Biraj Kumar Kakati on 2008-03-31
Ref: আধুনিক অসমীয়া শব্দকোষ
1. Chemistry(Material Noun-Neuter) a precious yellow metallic element, highly malleable and ductile, and not subject to oxidation or corrosion. Symbol: Au; atomic weight: 196.967; atomic number: 79; specific gravity: 19.3 at 20°C. অতিশয় নমনীয় হালধীয়া বৰণৰ এক মূল্যবান ধাতৱ মৌল, যি বিজাৰিত বা ক্ষয়িত নহয়৷ পাৰমাণৱিক চিহ্নঃ Au; পাৰমাণৱিক ভৰঃ ১৯৬.৯৬৭; পাৰমাণৱিক সংখ্যাঃ ৭৯; আপেক্ষিক গুৰুত্বঃ ১৯.৩, ২০ ডিগ্ৰী চেলচেয়াচ উষ্ণতাত৷
English: gold,
Assamese: অকুপ্য, অগ্নিবীজ, অগ্নিবীৰ্য, অগ্নিভ, অগ্নিৰেতঃ, কনক, কলধূত, কাঞ্চন, কৰ্বুৰ, গ`ল্ড, চামীকৰ, দ্ৰৱিণ, নিষ্ক, পিঞ্জন, পুৰট, মহাধাতু, সুবৰ্ণ, সোণ, সোণা, স্বৰ্ণ, হাটক, হিৰণ্য, হেম, ৰুক্ম,
Bodo: स`ना, स`नानि गाब, सना,
Mising: aín,
Meeteilon: sana,
Bishnupriya Manipuri: হুনা,
Karbi: ser,
Nagamese: hun, sun, suna,
Dimasa: gajao,
Chakma: sona,
TAI-Ahom: খাম,
Hindi: कंचन, कनक,
Bangla: কনক, কাঞ্চন, সুবর্ণ, সোনা, স্বর্ণ, হুনাcb syl , হেম,
Nepali: सुन,
Deori: পুজি,
Hajong: সুনা,
Santali: so̠na,
TAI-Phake: kham

Different POS:
a. Proper Adj.: golden, কনকপ্ৰভ, কনকময়, কাঞ্চনপ্ৰভ, কাঞ্চনমতী...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
2. (Abstract Noun) A transgression of a religious or moral law, especially when deliberate. ধৰ্মীয় বা নৈতিক বিধি-বিধান উলঙ্ঘা কৰা কোনো কাৰ্য্য, বিশেষকৈ যদি ই ইচ্ছাকৃত হয়।
Assamese: অকাজ, অকাৰ্য, অকৰ্ম, অঘ, অধৰ্ম, অধৰ্ম্ম, অপকীৰ্তি, অপক্ৰিয়া, অপকৰ্ম, অপণ্য, অসত্ কৰ্ম, কদাচাৰ, কলিমল, কলুষ, কল্ক, কল্মষ্, কশ্মল, কিণ্ব, কুকাৰ্য্য, কুকীৰ্তি, কুক্ৰিয়া, কুকৰ্ম, কৰ্বুৰ, গুনাহ, গোনাই, দলভ, দুশ্চেষ্টা, দুষ্কাৰ্য্য, দুষ্কৃতি, দুষ্ক্ৰিয়া, দুষ্কৰ্ম, দুৰ্গুণ, পাতক, পাপ, পাপকৰ্ম্ম, পাপাচাৰ, পাপাচৰণ, প্ৰত্যবায়, বেয়া কাম,
Bodo: इनाय खालामनाय,
Mising: imur,
Meeteilon: akaiba, hounadaba leechat,
Hmar: suol,
Nagamese: pap,
Deori: চাই, পাপ
Different POS:
a. Common Noun: sinner, transgressor, পাপাচাৰী, পাপাত্মা, পাপাশয়...b. Proper Adj.-Common &/or Masculine: sinful, অঘৱন্ত, অধৰমী, আভজনী, ধৰ্মচ্যুত...