(Assamese) [ Roman: e]
    Contributed by: Bikram M Baruah on 2009-03-11
    1. (Pronoun) Denotes a person or thing; use to indicate the person/object which is nearer. মানুহ অথবা আন কোনো বস্তুক নিৰ্দিষ্টকৈ বুজাবলৈ ব্যৱহাৰ হয়; সাধাৰণতে নিকটবৰ্তী জন/টোক বুজোৱা হয় ৷
    English:
    Garo:
    Karbi:
    Kok-Borok:
    Nagamese:
    Hindi:
    Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-23
    2. Language-Linguistics(Preffix) "e" is a prefix to mean electronic. e.g. email, egovernance etc. ই অসমীয়া ভাষাৰ নতুন উপসৰ্গ৷ অৰ্থ ইলেক্টনিক৷ যেনে ইমেইল বা ই-মেইল, ই-যুগ, ই-চৰকাৰ ইত্যাদি৷
    English:
    Assamese: