tho (Hmar)
    Contributed by: LALREMTHANG HMAR on 2009-01-30
    1. Insect-Worm(Common Noun-Common) Insects of the Order Diptera, possessing a single pair of wings on the mesothorax and a pair of halteres, derived from the hind wings, on the metathorax. The common housefly is a true fly and is one of the most widely distributed of animals. মধ্যবক্ষত এযোৰ পাখি আৰু পিছৰ পাখিযোৰ ৰূপান্তৰিত হৈ এযোৰ শুং থকা, দিপ্টেৰা বৰ্গৰ পতঙ্গসমূহ ৷ সাধাৰণতে দেখা পোৱা ঘৰুৱা মাখিবোৰেই হ’ল প্ৰকৃত মাখি আৰু ইহঁত পৃথিৱীৰ আটাইতকৈ বহলভাৱে বিস্তৃত প্ৰাণীবোৰৰ অন্যতম ৷

    tho (Tiwa)
    Contributed by: Biki Bordoloi on 2012-05-14
    2. (Abstract Noun) the state of rest with a suspension of voluntary bodily functions and the natural suspension, complete or partial, of consciousness. নিদ্ৰা যোৱা অৱস্থা; জিৰণিৰ এনে এক অৱস্থা যেতিয়া শৰীৰৰ সকলো ইচ্ছাকৃত কাৰ্য্য সাময়িকভাৱে স্থগিত থাকে আৰু চেতনা আংশিক বা সম্পূৰ্ণভাৱে ব্যাহত হয়