dozy (English) [ IPA: ˈdoʊziː ASM: ড’জি]
    Contributed by: Aklantika Saikia on 2011-03-27
    Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
    1. (Proper Adj.-Neuter) almost asleep; making somebody feel tired/sleepy প্ৰায় টোপনি আঁহো আঁহো হোৱা অৱস্থা ভাগৰ লগোৱা, অৱসাদ হোৱা যেন কৰা অৱস্থা৷
    Contributed by: Anjali Sonowal on 2008-07-28
    2. (Proper Adj.) Not looking or feeling awake as in half asleep. অলপকৈ টোপনি যোৱাত শুনা-নুশুনা আৰু অলপ নেদেখা হোৱা অৱস্থা ।