siesta (English) [ IPA: siːˈestə ASM: চিয়েষ্টা]
    Contributed by: SANJIB SARMA on 2006-09-14
    1. (Abstract Noun) A light fitful and short sleep. অলপ অলপকৈ ধৰা টোপনি ৷
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2006-09-14
    2. (Abstract Noun) the heavy sleep which comes after the chief meal at night. ৰাতি ভাত খোৱা বা আহাৰ কৰাৰ পাচত ধৰা প্ৰথম ঘুমটি বা ভাতৰ ৰাগী ধৰি হোৱা গভীৰ টোপনি ৷