gratergratify
gratification (English) [ IPA: ˌgrætəfəˈkeɪʃən ASM: গ্ৰেটিফিকেচন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-22
English: adulation, buttering, flattering, flattery, gratification,
Assamese: খোচামতি, খোচামুদি, খোছামোদ, চাটু, চাটুকাৰিতা, চাটুবাক্য, চাটূক্তি, তেলমালিচ, তেলমৰা, তৈলমৰ্দন, তোষণ, তোষামোদ, ভালৰি, মিছা প্ৰশংসা, স্তাৱকতা, স্তোকবাক্য, স্বাউগিৰিgp ,
Bodo: खुसि जानाय, गोजोननाय,
Deori: চাতু-নমা
b. Verb-Trans.: butter, flatter, খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্...
gratification (English) [ IPA: ˌgrætəfəˈkeɪʃən ASM: গ্ৰেটিফিকেচন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-22
1. (Abstract Noun) excessive and insincere compliment or praise. অতিৰঞ্জিত আৰু নিষ্ঠাহীন প্ৰশংসা।
Assamese: খোচামতি, খোচামুদি, খোছামোদ, চাটু, চাটুকাৰিতা, চাটুবাক্য, চাটূক্তি, তেলমালিচ, তেলমৰা, তৈলমৰ্দন, তোষণ, তোষামোদ, ভালৰি, মিছা প্ৰশংসা, স্তাৱকতা, স্তোকবাক্য, স্বাউগিৰিgp ,
Bodo: खुसि जानाय, गोजोननाय,
Deori: চাতু-নমা
Different POS:
a. Common Noun-Common: sycophant, চটুৱা, চাটুকাৰ, চাটুকাৰী, চাটুৱা...b. Verb-Trans.: butter, flatter, খোচামোদ কৰ্, চাটু কৰ্, তেল মাৰ্...