child (English) [ IPA: ˈtʃaɪld ASM: চাইল্ড ]
    adj: childless
    1. (Common Noun-Common) A person between birth and puberty জন্ম আৰু যৌন ক্ষমতা লাভৰ মাজৰ বয়সৰ লোক
    Contributed by: Biraj Kumar Kakati on 2006-03-17
    2. (Common Noun-Common) The immediate descendants of a person. যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী