brother (English) [ IPA: ˈbrəðər ASM: ব্ৰাডাৰ]
    adj: brotherly
    1. (Common Noun-Masculine) A male having the same parents as another or one parent in common with another একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ দুই পুৰুষ সন্তানৰ মাজৰ সম্পৰ্ক
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-03-17
    2. (Common Noun-Masculine) A brother (may or may not be of same parents) who is elder than yourself. নিজতকৈ বয়সত ডাঙৰ ভাতৃ ৷ কেতিয়াবা নিজৰ সহোদৰ ভাতৃ নহ’লেও এইদৰে সম্বোধন কৰা হয় ৷
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-03-17
    3. (Common Noun-Masculine) A brother (may or may not be of same parents) who is younger than yourself. নিজতকৈ বয়সত সৰু ভাতৃ৷ কেতিয়াবা নিজৰ সহোদৰ নহলেও এনেদৰে সম্বোধন কৰা হয়৷
    Contributed by: Biraj Kumar Kakati on 2006-03-17
    4. (Common Noun) Two brothers of the same mother. একে মাকৰ সন্তান