back (English) [ IPA: ˈbæk ASM: বেক]
    Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
    1. (Material Noun-Neuter) the rear part of the human body especially from the neck to the end of the spine; the side or surface opposite the front or face. মানৱ দেহৰ পশ্চাদ অংশ, বিশেষকৈ ডিঙিৰ পৰা ৰাজহাড়ৰ শেষলৈকে; সন্মুখফাল বা মুখৰ বিপৰীত ফাল।

    Description
    Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-22
    2. (Adverb) towards a point behind or in the back; as in space or time. পাৰ হৈ অহা দিশে, পিঠিৰ ফাললৈ বা আগফালৰ ওলোটা দিশে
    Contributed by: Bikram M Baruah on 2009-11-10
    3. (Abstract Noun) the human back used as a vehicle. বস্তু বা মানুহ তুলি নিয়াত ব্যৱহৃত মানুহৰ পিঠি৷
    English: