backward (English) [ IPA: ˈbækwərd ASM: বেকৱাৰ্ড]
    Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-12-18
    1. (Adverb) towards a point behind or in the back; as in space or time. পাৰ হৈ অহা দিশে, পিঠিৰ ফাললৈ বা আগফালৰ ওলোটা দিশে
    Contributed by: Biraj Kumar Kakati on 2006-12-18
    2. (Proper Adj.) Having made less than normal progress both economically and literally. শিক্ষা-দীক্ষা আৰু আৰ্থিকভাৱে পিচপৰি থকা |
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
    3. (Proper Adj.-Neuter) moving or looking in the direction that is behind you. পাছলৈ মুখ কৰা বা পাছফাললৈ গতি কৰা।
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
    4. (Verbal Adj.) coming or going back towards the previous position আগৰ স্থিতি বা য’ৰ পৰা আহিছিল সেই দিশত গতি কৰা; যেনেঃ ওভতনি যাত্ৰা