ভুল (Assamese) [ Roman: bhul]
    adv: ভুলকৈ
    1. (Abstract Noun) a deviation from accuracy or correctness; the condition of believing what is not true শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
    2. (Proper Adj.-Neuter) Containing or characterized by error and mistakes. ভুল-ভ্ৰান্তিৰ ফলত অথবা ভুল-ভ্ৰান্তি থকা কোনো তথ্য বা কৰ্ম ৷