কেৰোণ (Assamese) [ Roman: ke.ro`n]
    Contributed by: Mousumi Konwar on 2023-03-07
    Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
    1. (Abstract Noun) a deviation from accuracy or correctness; the condition of believing what is not true শুদ্ধতা বা সঠিকতাৰ পৰা আঁতৰি যোৱা; যি মিছা তাক বিশ্বাস কৰা অৱস্থা
    Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
    2. (Common Noun-Common) any of several insects that bore into trees, fruits, etc., esp. a beetle that bores into the woody part of plants গছ, ফল আদি বিন্ধি বা ৰুকি খোৱা নানা বিধ পোকৰ যিকোনো এবিধ পোক