অভ্যৱহৰণঅভ্ৰক

অভ্ৰ (Assamese) [ Roman: o.bhro]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
English: sky,
Assamese: অক্ষৰ, অনঙ্গ, অভ্ৰ, অভ্ৰক, অম্বৰ, অম্বৰীষ, আকাশ, উড়ুপথ, ক্ৰন্দসী, , গগন, ঘনবীথি, ঘনাশ্ৰয়, ত্ৰিদিৱ, ত্ৰিপিষ্টপ, ত্ৰিবিষ্টপ, তৰাপথ, দেৱপথ, দ্যু, দ্যুলোক, দ্যো, দ্যৌ, নভ, নভঃ, নভস, নভস্থল, নাক, নীলিমা, পুষ্কৰ, পুৰৱৰ্ত্ম, পৱনপথ, পৱনমাৰ্গ, বায়ুপথ, বায়ুৱৰ্ত্ম, বিমান, বিহায়, বিয়ৎ, ব্যোম, মহাবিল, মেঘবৰ্ত্ম, মেঘাবেশ্ম, মেঘাস্পদ, মেঘৱৰ্ত্ম, মৰুদ্বৰ্ত্ম, লোকালোক, শূন্যতল, সুৰপথ, সুৰবৰ্ত্ম, ৰোদঃ, ৰোদসী,
Bodo: अख्रां, आख्रां,
Mising: do:mir, domvr,
Khasi: ka suiñbneng, suiñ bneng,
Garo: bangbang, salgi,
Meeteilon: atiya, nongdon,
Bishnupriya Manipuri: হাগ,
Mizo (Lushai): vân,
Karbi: Sengpi, Singring, sining, suneng,
Hmar: vân,
Nagamese: akah, akas, asman,
Dimasa: nokhasao,
Tai: ফা,
Hindi: अम्बर, आकाश, आसमान, गगन,
Bangla: আকাশ,
Nepali: अकाश, आकाश, गगन,
Rabha: ৰাংকাৰাং,
Deori: হাতি-পিচ্চ,
Hajong: আকাছ

Contributed by: Himjyoti Talukdar on 2009-03-30
2. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি

3. Chemistry(Material Noun-Neuter) any of various minerals consisting of hydrous silicates of aluminum or potassium etc. that crystallize in forms that allow perfect cleavage into very thin leaves; used as dielectrics because of their resistance to electricity এলুমিনিয়াম বা পটাছিয়াম আদিৰ আৰ্দ্ৰ চিলিকেটৰ দ্বাৰা গঠিত খনিজ পদাৰ্থ, যি স্ফটিকলৈ ৰূপান্তৰিত হৈ অতি পাতল পাতৰ সৃষ্টি কৰে; ইয়াৰ প্ৰচূৰ বিদ্যুত্ ৰোধক ক্ষমতা আছে বাবে বৈদ্যুতিক সঁজুলিত ব্যৱহাৰ হয় ৷