পুলোমাপুষ্কৰণী

পুষ্কৰ (Assamese) [ Roman: pus.kor]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-02
1. Flowers(Common Noun-Neuter) An aquatic plant native to southern asia and australia, having large leaves, fragrant, pinkish flowers, a broad, rounded, perforated seedpod, and fleshy rhizomes. ডাঙৰ-ডাঙৰ পাত, গুলপীয়া ৰঙৰ সুগন্ধি ফুল, বহল, ঘূৰণীয়া, ফুটা থকা গুটিৰ আধাৰ আৰু মঙহাল শিপা যুক্ত, দক্ষিণ এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এবিধ জলজ উদ্ভিদ।
English: lotus, nelumbo nuciferasci ,
Assamese: অব্জ, অব্জিনী, অম্বুজ, অসিতোৎপল, অৰবিন্দ, ইন্দিৰালয়, উৎপল, কঞ্জ, কমল, কমলিনী, কুচ্ছ, কুমুদ, কুশেশয়, জলৰুহ, তামৰস, দেৱনা, নলিন, নলিনী, নিলন, নীৰজ, পংকজ, পঙ্কজ, পছম-লতা, পদুম, পদ্ম, পুণ্ডৰীক, পুষ্কৰ, বায়ুৰ্দ্ভৱ, বিসকুসুম, বিসজ, বিসপ্ৰসূন, মৃণাল, মৃনালিনী, শতদল, শতপত্ৰ, সলিলজ, সিতাব্জ, সিতাম্বুজ, সৰসিজ, সৰসিৰুহ, সৰোজ, সৰোৰুহ, ৰাজীৱ,
Bodo: थब्ल’ बिबार, फामे बिबार,
Garo: mongnal,
Meeteilon: thambal,
Bishnupriya Manipuri: পদ্ম ফুল,
Karbi: pindong,
Nagamese: podum,
Dimasa: pami, pamibar,
Tai: বক্ মূ,
Hindi: कमल,
Bangla: পদ্ম

Related Idea:

a. Common Noun-Neuter: nenuphar, water lily, উত্পল, উৎপল, কুমুদ...
b. Material Noun-Neuter: ক্ৰৌঞ্চাদন, পদুমৰ নলা, পদ্মনাল, পদ্মপলাশ, মৃণাল...
c. Proper Noun: অব্জিনী, কমলিনী, পছম-বন, পদুমণি, pamibarling...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Abstract Noun) the atmosphere and outer space as viewed from the earth ভুপৃষ্ঠৰ পৰা দেখা পোৱা বায়ুমণ্ডল, মহাকাশ আৰু তাত থকা বিভিন্ন বস্তু যেনে - ডাৱৰ, তৰা, চন্দ্ৰ, বেলি আদি
English: sky,
Assamese: অক্ষৰ, অনঙ্গ, অভ্ৰ, অভ্ৰক, অম্বৰ, অম্বৰীষ, আকাশ, উড়ুপথ, ক্ৰন্দসী, , গগন, ঘনবীথি, ঘনাশ্ৰয়, ত্ৰিদিৱ, ত্ৰিপিষ্টপ, ত্ৰিবিষ্টপ, তৰাপথ, দেৱপথ, দ্যু, দ্যুলোক, দ্যো, দ্যৌ, নভ, নভঃ, নভস, নভস্থল, নাক, নীলিমা, পুষ্কৰ, পুৰৱৰ্ত্ম, পৱনপথ, পৱনমাৰ্গ, বায়ুপথ, বায়ুৱৰ্ত্ম, বিমান, বিহায়, বিয়ৎ, ব্যোম, মহাবিল, মেঘবৰ্ত্ম, মেঘাবেশ্ম, মেঘাস্পদ, মেঘৱৰ্ত্ম, মৰুদ্বৰ্ত্ম, লোকালোক, শূন্যতল, সুৰপথ, সুৰবৰ্ত্ম, ৰোদঃ, ৰোদসী,
Bodo: अख्रां, आख्रां,
Mising: do:mir, domvr,
Khasi: ka suiñbneng, suiñ bneng,
Garo: bangbang, salgi,
Meeteilon: atiya, nongdon,
Bishnupriya Manipuri: হাগ,
Mizo (Lushai): vân,
Karbi: Sengpi, Singring, sining, suneng,
Hmar: vân,
Nagamese: akah, akas, asman,
Dimasa: nokhasao,
Tai: ফা,
Hindi: अम्बर, आकाश, आसमान, गगन,
Bangla: আকাশ,
Nepali: अकाश, आकाश, गगन,
Rabha: ৰাংকাৰাং,
Deori: হাতি-পিচ্চ,
Hajong: আকাছ