বাৰিকাবাৰিধাৰা

বাৰিদ (Assamese) [ Roman: ba.rid]
Contributed by: SANJIB SARMA on 2006-09-06
1. (Material Noun-Neuter) a collection of particles made of water vapor, dust and icicles above the earth's surface which is visible with naked eyes পৃথিৱীপৃষ্ঠৰ ওপৰত খালি চকুৰে দেখা পোৱা জলীয় বাষ্প, ধূলিকণা আৰু হিমকণাৰে গঠিত কণাৰ এক সংগ্ৰহ বা সমষ্টি