niyerniyomit

niyom (Meeteilon) [ Roman: ni.yom]
Contributed by: Mohen Naorem on 2009-03-31
1. (Abstract Noun) A conventionalized statement expressing some fundamental principle. কোনো প্ৰাথমিক পৰিঘটনা উপাপাদ্য বুজাবলৈ ব্যৱহাৰ কৰা সৰল উক্তি ৷

niyom (Nagamese)
Contributed by: Mousumi Konwar on 2023-07-06
2. (Abstract Noun) the way of carrying out certain task কোনো কাম সম্পাদন কৰাৰ নিয়ম বা ধৰণ

Contributed by: Mousumi Konwar on 2023-07-06
3. (Abstract Noun) The passing down of elements of a culture from generation to generation, especially by oral communication. এটা প্ৰজন্মৰ পৰা তাৰ পিচৰ প্ৰজন্মলৈ ক্ৰমাগতভাৱে হোৱা সাংস্কৃতিক উপাদান সমূহৰ প্ৰবাহ, বিশেষকৈ মুখে-মুখে হোৱা