দিচাংদিচি-লায়াবা

দিচি (Deori) [ Roman: di.chi]
Contributed by: Himasri Das on 2023-02-06
1. (Abstract Noun) An assembly of persons called together for consultation, deliberation, or discussion. আলোচনা-বিলোচনা আৰু আন কোনো গঠনমূলক কামৰ বাবে কেইজনমান মানুহ একেলগে লগ হৈ গঠন কৰা নিকায় ৷
English: council,
Assamese: পৰিষদ,
Khasi: ka durbar,
Garo: melaa,
Deori: দিচি

Related Idea:

a. Abstract Noun: assemblage, assemblance, assembly, meeting, আছৰ...

Contributed by: Himasri Das on 2023-02-06
2. Legal(Abstract Noun) the principles and regulations established in a community by some authority and applicable to its people, whether in the form of legislation or of custom and policies recognized and enforced by judicial decision. ন্যায়িক সিদ্ধান্তৰ দ্বাৰা স্বীকৃত বা প্ৰৱৰ্ত্তিত বিধি বা ৰীতি ৰূপে কোনো কৰ্ত্তৃপক্ষৰ দ্বাৰা প্ৰতিস্থাপিত আৰু ইয়াৰ অধীনস্থ সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নীতি আৰু আদৰ্শ

Contributed by: Himasri Das on 2023-02-06
3. (Abstract Noun) The accumulation of knowledge or skill that results from direct participation in events or activities. কোনো কাৰ্য্য অথবা ঘটনাৰ পৰা আহৰণ কৰা কৌশল তথা জ্ঞান ৷

Contributed by: Himasri Das on 2023-02-06
4. (Abstract Noun) the way of carrying out certain task কোনো কাম সম্পাদন কৰাৰ নিয়ম বা ধৰণ

Contributed by: Himasri Das on 2023-02-06
5. (Abstract Noun) the mental ability or capacity to think in a rational, systematic way and understand things at a higher level, the power to create and invent কোনো কথা শিকা, বুজি পোৱা আদিৰ মানসিক ক্ষমতা| যুক্তিগতভাবে বিচাৰ-বিবেচনা কৰিব পৰা, উচ্চপৰ্য্যায়ৰ কথা ভাবিব আৰু বুজি পাৱ পৰা সক্ষমতা, সৃষ্টি তথা আৱিষ্কাৰ কৰিবপৰা মানসিক শক্তি|

Contributed by: Himasri Das on 2023-02-06
6. (Abstract Noun) opinion about what could or should be done about a situation or problem. কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।

Contributed by: Himasri Das on 2023-02-06
7. (Abstract Noun) an advice to carry out a task. কোনো কাম কৰাৰ বাবে দিয়া পৰামৰ্শ।

Contributed by: Himasri Das on 2023-02-06
8. (Abstract Noun) a principle or regulation governing conduct, action, procedure, arrangement, etc. কোনো কাৰ্য্য সম্পাদন কৰাৰ নিমিত্তে নিৰ্দ্ধাৰণ কৰা নিয়মাৱলী